লাকী বেম্ব ( LUCKY BAMBOO )
লাকী বেম্ব এক প্ৰকাৰৰ সৌন্ধয্য বৰ্ধক Indoor plant হিচাপে সমগ্ৰ বিশ্বতে সমাদৰ আছে।বিভিন্ন ষ্টাইলৰ লাকী বেম্ব মানুহে দ্ৰয়িংৰুম,বেড ৰুম আৰু ডাইনিংৰুমত সজাই থোৱা দেখা যায়। ফেংচুই শাস্ত্ৰমতে এইবিধ উদ্ভিদৰ কেইবাটাও যোগাত্মক সুফল আছে। মহানিম আৰু তুলসী গছে চৌপাশৰ বায়ু বিশুদ্ধ কৰাৰ দৰে লাকী বেম্বই আমাৰ ঘৰৰ ভিতৰত যোগাত্মক বাতাবৰণ সৃষ্টি কৰে । ...